গেট আপটো বিৰাট ভাল লাগিছে৷ সৰল অথচ মধুৰ৷ লেখনিবোৰ ওপৰে ওপৰেহে চাইছো৷ ভাল লাগিছে৷ অভিনন্দন
ধন্যবাদ ছাৰ!
ভাল লাগিল আপোনাৰ লেখনী সমূহ |
ধন্যবাদ ৰাজু ডাঙৰীয়া!
ভাল লাগিল৷ এতিয়া লেখাবোৰ একেঠাইতে বিচাৰি পোৱা যাব৷
ধন্যবাদ অঞ্জল!
এক সুন্দৰ প্ৰচেষ্টা।এই প্ৰয়াস আগুৱাই যাওক, আন্তৰিকতাৰে তাকেই কামনা কৰিলোঁ।
ধন্যবাদ!!
বঢ়িয়া লাগিছে দিগন্ত! তোমাৰ সৃষ্টিৰ ঐকতান দূৰ দিগন্তলৈকে বিয়পি পৰক তাৰেই কামনা কৰিলো।
নীলাঞ্জনা বা, থেংক ইউ :)
দিগন্ত দায়ে লেখাসমূহৰ মাজেৰে দৈনন্দিন জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতাবোৰ অতি সহজ সৰল ভাষাৰে সুন্দৰৰূপত প্ৰকাশ কৰে, সেইবাবে তেওঁৰ প্ৰতিটো লেখাই সকলো শ্ৰেণীৰ পাঠকৰ মন চুই যাব পাৰে| লগতে বৰ্তমানলৈকে চূটি গল্পৰ ক্ষেত্ৰতো দিগন্ত দাৰ উপস্থাপন আৰু কথন শৈলীয়েও মোক বাৰুকৈয়ে মুগ্ধ কৰে| আশাকৰো এই যাত্ৰা অব্যাহত ৰাখিব| বহুতো শুভকামনাৰে..... ভাইটি ইন্দ্ৰনীল|
আপোনাৰ লিখনি সমূহ মোৰ খুবেই প্ৰিয় ৷ ভাল লাগে বাস্তৱ জীৱনত ঘটা কাহিনীবোৰৰ পঢ়ি ৷ আপুনি মোৰ ফেভাৰট ৰাইটাৰ ৷ আগলৈ এনেকৈ লিখি যাব দাদা ৷
গেট আপটো বিৰাট ভাল লাগিছে৷ সৰল অথচ মধুৰ৷ লেখনিবোৰ ওপৰে ওপৰেহে চাইছো৷ ভাল লাগিছে৷ অভিনন্দন
ReplyDeleteধন্যবাদ ছাৰ!
Deleteভাল লাগিল আপোনাৰ লেখনী সমূহ |
ReplyDeleteধন্যবাদ ৰাজু ডাঙৰীয়া!
Deleteভাল লাগিল৷ এতিয়া লেখাবোৰ একেঠাইতে বিচাৰি পোৱা যাব৷
ReplyDeleteধন্যবাদ অঞ্জল!
Deleteএক সুন্দৰ প্ৰচেষ্টা।
ReplyDeleteএই প্ৰয়াস আগুৱাই যাওক, আন্তৰিকতাৰে তাকেই কামনা কৰিলোঁ।
ধন্যবাদ!!
Deleteবঢ়িয়া লাগিছে দিগন্ত! তোমাৰ সৃষ্টিৰ ঐকতান দূৰ দিগন্তলৈকে বিয়পি পৰক তাৰেই কামনা কৰিলো।
ReplyDeleteনীলাঞ্জনা বা, থেংক ইউ :)
Deleteদিগন্ত দায়ে লেখাসমূহৰ মাজেৰে দৈনন্দিন জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতাবোৰ অতি সহজ সৰল ভাষাৰে সুন্দৰৰূপত প্ৰকাশ কৰে, সেইবাবে তেওঁৰ প্ৰতিটো লেখাই সকলো শ্ৰেণীৰ পাঠকৰ মন চুই যাব পাৰে| লগতে বৰ্তমানলৈকে চূটি গল্পৰ ক্ষেত্ৰতো দিগন্ত দাৰ উপস্থাপন আৰু কথন শৈলীয়েও মোক বাৰুকৈয়ে মুগ্ধ কৰে| আশাকৰো এই যাত্ৰা অব্যাহত ৰাখিব| বহুতো শুভকামনাৰে..... ভাইটি ইন্দ্ৰনীল|
ReplyDeleteআপোনাৰ লিখনি সমূহ মোৰ খুবেই প্ৰিয় ৷ ভাল লাগে বাস্তৱ জীৱনত ঘটা কাহিনীবোৰৰ পঢ়ি ৷ আপুনি মোৰ ফেভাৰট ৰাইটাৰ ৷ আগলৈ এনেকৈ লিখি যাব দাদা ৷
ReplyDelete